বিশ্বত পৰুৱাৰ সংখ্যা কিয় বৃদ্ধি পাইছে? জৈৱ বৈচিত্ৰ্যৰ বাবে এয়া ভাল নে বেয়া?
এজন ব্যক্তিৰ মূৰত থকা চুলিৰ সংখ্যা হিচাপ কৰি শেষ কৰিব পাৰিবনে? বা আপুনি ক্ৰয় কৰি অনা এক কিঃগ্ৰাঃ চাউলত কিমানটা চাউল আছে বুলি যদি প্ৰশ্ন কৰা হয় সেই প্ৰশ্নৰ উত্তৰ আপুনি কি দিব? কাৰোবাৰ নাকনি কাননি কৰিবলৈ এইকেইটা প্ৰশ্নই হয়তো যথেষ্ট।